/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/823e2f70-e7fb-4198-9531-4644e232afb5/3.jpg)
-
ৰাজ্যত বৰ্তমানেও অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি।
-
বুধবাৰে লাহৰীঘাট সমষ্টিৰ বন্যাৰ্তৰ মাজত উপস্থিত হয় বিধায়ক ডাঃ আচিফ মঃ নাজাৰ।
-
বানপীড়িতৰ খবৰ ল'বলৈ সমষ্টিৰ কেইবাটাও প্ৰান্ত পৰিদৰ্শন কৰে বিধায়কগৰাকীয়ে।
-
বানপানীৰ মাজৰ পৰা বিধায়কগৰাকীয়ে উদ্ধাৰ কৰে এটি হৰিণা পহু।
-
বানপানীৰ বাবে খাদ্যৰ সন্ধানত আৰু ওখ ঠাই বিচাৰি ওলাই আহিছিল হৰিণাটো।
-
নিজ হাতেৰে হৰিণাটো উদ্ধাৰ কৰে বিধায়ক ডাঃ আচিফ মঃ নাজাৰে।
-
বৰ্তমান হৰিণাটো জিলা প্ৰশাসনক গতাই দিয়ে বিধায়কগৰাকীয়ে।