New Update
/asomiyapratidin/media/media_files/2025/09/26/pb-26-2025-09-26-17-01-11.jpg)
- দোতমা সমষ্টিত আগবাঢ়িছে প্ৰমোদ বড়ো।
- তৃতীয় ৰাউণ্ডলৈকে আগবাঢ়ি থকা বিজেপি প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্মক অতিক্ৰম প্ৰমোদ বড়োৰ।
- চতুৰ্থ ৰাউণ্ডত প্ৰমোদ বড়ো আগবাঢ়ি আছে ৫৩১ টা ভোটত।
- বড়োৱে লাভ কৰিছে ৬২১৪ টা ভোট।
- বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৫৬৮৩ টা ভোট।
- বিপিএফে লাভ কৰিছে ৫৬৫২ টা ভোট।