/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2020/07/c753c8d0-08d2-4508-aef8-a9a403896148.jpg)
dog
· গুৱাহাটীৰ পৰা শ্বিলং, নাগালেণ্ডলৈ সৰবৰাহ হয় পদপথৰ কুকুৰ।
· পানবজাৰ আৰক্ষীৰ জালত এজন কুকুৰ সৰবৰাহকাৰী।
· মঙলবাৰে আটক হয় লোকজন।
· আৰক্ষীয়ে আটক কৰা লোকজনৰ বিৰুদ্ধে কুকুৰ সৰবৰাহৰ অভিযোগ।
· এটা NGOৰ অভিযোগৰ ভিত্তিত আটক লোকজনক।
· লোকজনৰ পানবজাৰ গৃহৰ পৰাই কুকুৰ দুটা উদ্ধাৰ কৰে NGOৰ দুই সদস্যই।
· পদপথৰ কুকুৰ ধৰি শ্বিলঙলৈ প্রেৰণ কৰাৰ অভিযোগ লোকজনৰ বিৰুদ্ধে।
· কেমেৰাৰ সন্মুখতে কুকুৰ সৰবৰাহৰ বিস্ফোৰক স্বীকাৰোক্তি লোকজনৰ।