/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/ebb988b5-fb0c-454f-8f2c-8d0b289da86e/download.jpg)
ei muhurtar khabar
মহানগৰীত পুনৰ সংঘটিত হৈছে ডকাইটি কাণ্ড।
নুনমাটিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড।
মাতৃ-পুত্রৰ হাত-ভৰি বান্ধি লুটপাত চলালে ৬জনীয়া ডকাইতৰ দলে।
ডকাইতে লুটি নিয়ে নগদ ৬০ হাজাৰ টকা।
লগতে ডকাইটৰ দলটোৱে লুটি নিয়ে ৪ লাখ টকাৰ সোণৰ আ-অলংকাৰ।
খিৰিকিৰ ৰড ভাঙি ঘৰৰ ভিতৰত প্রৱেশ কৰিছিল দলটো।
নুনমাটিৰ ১নম্বৰ আনন্দনগৰত সংঘটিত হৈছে এই ঘটনা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us