১১জন স্কাউট এণ্ড গাইডক ৰাজ্য পুৰস্কাৰৰ প্ৰমাণপত্ৰ বিতৰণ

স্কাউট এণ্ড গাইডৰ গোলাঘাট জিলা সমিতিৰ অধীনস্থ ধনশিৰি অপেন স্কাউট এণ্ড গাইড প্ৰশিক্ষণ কেন্দ্ৰৰ ১১ জন ছাত্ৰ-ছাত্ৰীক ৰাজ্যপালৰ হস্তাক্ষৰযুক্ত ৰাজ্য পুৰস্কাৰৰ প্ৰমাণপত্ৰ সোমবাৰে বিতৰণ কৰা হয়।

author-image
Asomiya Pratidin
New Update
KOOOOOO

ডিজিটেল সংবাদ, গোলাঘাটঃ স্কাউট এণ্ড গাইডৰ গোলাঘাট জিলা সমিতিৰ অধীনস্থ ধনশিৰি অপেন স্কাউট এণ্ড গাইড প্ৰশিক্ষণ কেন্দ্ৰৰ ১১ জন ছাত্ৰ-ছাত্ৰীক ৰাজ্যপালৰ হস্তাক্ষৰযুক্ত ৰাজ্য পুৰস্কাৰৰ প্ৰমাণপত্ৰ সোমবাৰে বিতৰণ কৰা হয়।

এই অনুষ্ঠান গোলাঘাট জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। বিতৰণ অনুষ্ঠানত উপস্থিত আছিল জিলা বিদ্যালয় পৰিদৰ্শক, RMSAৰ জিলা পৰামৰ্শদাতা ৰুনা শইকীয়া, কুশল কোঁৱৰ বাল্য ভৱন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে জিলা স্কাউট এণ্ড গাইড সমিতিৰ বিভিন্ন বিষয়া, অভিভাৱক, আৰু স্কাউটৰ সদস্যবৃন্দ।

গোলাঘাট স্কাউট