New Update
/asomiyapratidin/media/media_files/2025/12/10/breaking-news-2025-12-10-17-15-50.jpg)
- দিছপুৰ আৰক্ষীৰ জালত এটা প্রৱঞ্চক।
- প্রৱঞ্চনাৰে বিভিন্নজনৰ পৰা গাড়ী ভাড়ালৈ নি বিক্রী কৰিছিল।
- ধৃত প্রৱঞ্চকটো কামৰূপৰ ৰূপজ্যোতি দাস।
- প্রৱঞ্চক ৰূপজ্যোতিৰ তথ্যৰ ভিত্তিত ১১খনকৈ বাহন উদ্ধাৰ আৰক্ষীৰ।
- ৰাজ্যৰ ভিন্ন প্রান্তৰ লগতে অৰুণাচলৰ পৰা উদ্ধাৰ বাহনকেইখন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us