বৰ্খাস্ত হোৱা ৰাজপত্ৰিত বিষয়াক চাকৰিত মকৰলৰ নিৰ্দেশ

বৰ্খাস্ত হোৱা ৰাজপত্ৰিত বিষয়াক চাকৰিত মকৰলৰ নিৰ্দেশ। ৫০ দিনৰ ভিতৰত চাকৰিত মকৰলৰ নিৰ্দেশ ন্যায়ালয়ৰ। প্ৰবেচনৰ সময় সম্পূৰ্ণ নকৰাসকলে নাপাব এই সুবিধা। প্ৰবেচন সম্পূৰ্ণ কৰাসকলৰ বিৰুদ্ধে বিভাগীয় তদন্ত কৰিব পাৰিব।

author-image
Asomiya Pratidin
New Update
dangor-khobr-19
  • APSC কেলেংকাৰী সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ
  • বৰ্খাস্ত হোৱা ৰাজপত্ৰিত বিষয়াক চাকৰিত মকৰলৰ নিৰ্দেশ
  • ৫০ দিনৰ ভিতৰত চাকৰিত মকৰলৰ নিৰ্দেশ ন্যায়ালয়ৰ
  • প্ৰবেচনৰ সময় সম্পূৰ্ণ নকৰাসকলে নাপাব এই সুবিধা
  • প্ৰবেচন সম্পূৰ্ণ কৰাসকলৰ বিৰুদ্ধে বিভাগীয় তদন্ত কৰিব পাৰিব
  • ৩০ দিনলৈকে এই নিৰ্দেশ বলৱৎ নহ’ব
  • বহী জালিয়াতিৰে চাকৰি লৈছিল ৰাজপত্ৰিত বিষয়াকেইগৰাকীয়ে
  • ন্যায়াধীশ কল্যাণ ৰায় চূৰানা আৰু মালেশ্বৰী নন্দীৰ আদালতৰ এই নিৰ্দেশ
apsc APSC scam APSC কেলেংকাৰী