কাজিৰঙাৰ দিৰিং চাহ বাগিচাত অঘটন

কাজিৰঙাৰ দিৰিং চাহ বাগিচাত অঘটন। বজ্র পৰি গছৰ ডাল ভাঙি পৰিল শ্রমিকৰ ওপৰত। ঘটনাত গুৰুতৰভাৱে আহত ৪গৰাকী শ্রমিক। আহত: বিৰিশমণি তাঁতী, পোচা ওৰাং, ৰাজেন মুণ্ডা, বিনু মুণ্ডা

author-image
Asomiya Pratidin
New Update
কাজিৰঙাৰ দিৰিং চাহ বাগিচাত অঘটন

কাজিৰঙাৰ দিৰিং চাহ বাগিচাত অঘটন

  • কাজিৰঙাৰ দিৰিং চাহ বাগিচাত অঘটন
  • বজ্র পৰি গছৰ ডাল ভাঙি পৰিল শ্রমিকৰ ওপৰত
  • ঘটনাত গুৰুতৰভাৱে আহত ৪গৰাকী শ্রমিক
  • আহত: বিৰিশমণি তাঁতী, পোচা ওৰাং, ৰাজেন মুণ্ডা, বিনু মুণ্ডা
  • আহতসকলক বোকাখাত চিকিৎসালয়লৈ প্রেৰণ
কাজিৰঙা