/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/5e8892a5-9b10-4fb9-8c0a-1e8a0b83beb6/dip2.jpg)
dipsikha hazarika
-
গুৱাহাটী পালেহি দীপশিখা হাজৰিকাৰ নশ্বৰদেহ।
-
দীপশিখাৰ নশ্বৰ দেহ দিল্লীৰ পৰা গুৱাহাটীলৈ বিমানেৰে কঢ়িয়াই অনা হৈছে।
-
কিছু সময়ৰ পূৰ্বে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছেহি দীপশিখাৰ নশ্বৰ দেহ।
-
দীপশিখাৰ পিতৃ আৰু ভাতৃয়ে দিল্লীৰ পৰা লৈ আহিছে নশ্বৰদেহ।
-
সোমবাৰে অসম পৰ্বতাৰোহণ সন্থা নেহেৰুষ্টেডিয়ামৰ কাৰ্যালয়লৈ নিয়া হ'ব দীপশিখাৰ নশ্বৰদেহ।
-
অসম অলিম্পিক সন্থাৰ বিষয়ববীয়াৰ উপস্থিতিত অসম পৰ্বতাৰোহণ সন্থাই দীপশিখাৰ নশ্বৰ দেহলৈ আগবঢ়াব শ্ৰদ্ধাঞ্জলি।