/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/0117c098-24cb-44ef-8ce7-a55da5bcf9b5/dipika.jpg)
DIPIKA PADUKONE
হঠাৎ হাস্পতালত ভৰ্তি অভিনেত্ৰী দিপীকা পাডুকনক।
বলিউড অভিনেত্ৰীগৰাকীক মুম্বাইৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
অসুস্থ হৈ পৰাৰ বাবে অভিনেত্ৰীগৰাকীক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
চিকিৎসকে জনোৱা অনুসৰি চিন্তাৰ কোনো কাৰণ নাই।
অভিনেত্ৰীগৰাকীক চিকিৎসালয়খনত ভৰ্তি কৰাক কেন্দ্ৰ কৰি অনুৰাগীৰ মাজত হাহাকাৰ।
সামাজিক মাধ্যমৰ জৰিয়তে দ্ৰুত আৰোগ্য আশা কৰিছে অভিনেত্ৰীগৰাকীৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us