New Update
/asomiyapratidin/media/media_files/2025/12/31/image-11-2025-12-31-08-50-02.png)
ডিজিটেল ডেস্কঃ আজি বছৰৰ অন্তিমটো দিন। এই অন্তিমটো দিনৰ পুৱাৰ ভাগতে ডিফুত মৃতদেহ উদ্ধাৰ। নিৰ্মীয়মাণ পথৰ নলাত উদ্ধাৰ মৃতদেহটো।
প্রাতঃভ্রমণকাৰীয়ে বাইকসহ নলাত পৰি থকা অৱস্থাত প্রত্যক্ষ কৰে এই মৃতদেহটো। মৃতদেহৰ প্রকৃত পৰিচয় জানিব পৰা হোৱা নাই। ঘটনাস্থলীত আৰক্ষীৰ উপস্থিতিত তদন্ত আৰম্ভ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us