New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-27/pt9mui8j/47.jpg)
দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ
গোৱাত গ্ৰেপ্তাৰ DB ষ্টকৰ স্বত্বাধিকাৰী প্ৰৱঞ্চক দীপাংকৰ বৰ্মনক
IPS অমিত মাহাতেৰ নেতৃত্বত গোৱাত চলিছিল অভিযান
DB ষ্টকৰ বিৰুদ্ধে আছে ৭ হাজাৰ কোটি টকা লুন্ঠনৰ অভিযোগ
বিগত প্ৰায় দুমাহে পলাতক হৈ আছিল দীপাংকৰ বৰ্মন
ট্ৰেডিঙৰ নামত দেশ-বিদেশৰ বহু লোকৰ মাজত প্ৰৱঞ্চনাৰ জাল পেলাইছিল দীপাংকৰে
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-27/ckpwnsv2/dipankar-2.jpeg)