বাঁহীবাদক দীপক শৰ্মা আৰু নাই...

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা আৰু নাই। ৫৭ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে বিশিষ্ট শিল্পীগৰাকীৰ।

author-image
Asomiya Pratidin
New Update
hfghfgfgfg
  • আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা আৰু নাই
  • ৫৭ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে বিশিষ্ট শিল্পীগৰাকীৰ
  • আজি পুৱা ৬.১৫ বজাত চেন্নাইত শেষ নিশ্বাস ত্যাগ কৰে দীপক শৰ্মাই
  • বিগত কেইবাবছৰ ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ আছিল শৰ্মা
  • কিছুদিন পূৰ্বে উন্নত চিকিৎসাৰ বাবে চেন্নাই লৈ গৈছিল শিল্পীগৰাকীক
  • ১৯৬৮ চনৰ ২৩ আগষ্টত নলবাৰী জিলাৰ পানীগাঁৱত জন্মগ্ৰহণ কৰিছিল দীপক শৰ্মাই
  • গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ বাসিন্দা আছিল বাঁহীবাদকগৰাকী
  • বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুত সাংস্কৃতিক মহলত শোকৰ ছাঁ
দীপক শৰ্মা বাঁহীবাদক দীপক শৰ্মা