একেটা বাসগৃহতে উদ্ধাৰ পতি-পত্নীৰ মৃতদেহ

ডিমৌৰ ৰংচঙীয়াত সংঘটিত চাঞ্চল্যকৰ ঘটনা। ৰহস্যজনক অৱস্থাত একেটা বাসগৃহতে পতি-পত্নীৰ মৃতদেহ উদ্ধাৰ।

author-image
Asomiya Pratidin
New Update
11-11-24 new 2
  • ডিমৌৰ ৰংচঙীয়াত সংঘটিত চাঞ্চল্যকৰ ঘটনা
  • ৰহস্যজনক অৱস্থাত একেটা বাসগৃহতে পতি-পত্নীৰ মৃতদেহ উদ্ধাৰ
  • দম্পতীহাল লক্ষণ মুণ্ডা আৰু মামনি মুণ্ডা বুলি জানিব পৰা গৈছে
  • দুৰ্বৃত্তই নিশা হত্যা কৰি থৈ যোৱাৰ সন্দেহ  কৰা হৈছে 
  • ঘটনাস্থলীত মৰাণ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত

new ap web 11-

ডিমৌ