/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/d74ca4e8-9ae7-4e99-97c4-7dc7f7d81eab/af103aa6-fdb8-4a41-b3a3-309fca019962.jpg)
-
ডিমৌৰ দিচাং দলঙত ভয়াৱহ দুৰ্ঘটনা
-
দলঙৰ ৰেলিং ভাঙি বাগৰিল ট্ৰাক
-
বৰ্তমানো বাঢ়নী পানীৰ তলত লোহা ভৰ্তি ট্ৰাকখন
-
চালক-হেণ্ডিমেনক উদ্ধাৰ
-
উপস্থিত শিৱসাগৰ আৰক্ষী-প্ৰশাসন তথা SDRF ৰ দল
-
ট্ৰাক উদ্ধাৰ অভিযান অব্যাহত SDRF দলৰ
-
৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিচাং দলঙত সংঘটিত এই ঘটনা।