/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-20/yj6i49z2/accident-20.jpg)
ডিমৰীয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।
আঘাতপ্ৰাপ্ত বহিঃৰাজ্যৰ ৮গৰাকী পৰ্যটক।
পৰ্যটকৰ দলটোত আছিল ইছৰ'ৰ বিজ্ঞানীসহ পৰিয়াল
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অভিমুখী আছিল বাহনখন।
এ এছ ০১ আৰ চি ৭০১১ নম্বৰৰ ট্ৰেভেলাৰ খনত আছিল পৰ্যটকৰ দলটো।
তীব্ৰবেগত যোৱাৰ ফলতেই এই দুৰ্ঘটনা হোৱাৰ কথা প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে।
আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
বৰ্তমান আটাইকেইগৰাকী পৰ্যটকৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি সদৰি কৰিছে হস্পাতালত কৰ্তৃপক্ষই।