New Update
/asomiyapratidin/media/media_files/2024/11/23/Qut38dxyBZqWhxXm6HBZ.jpeg)
- আকৌ পট পৰিৱৰ্তন চামগুৰিত
- তানজিলক পিছ পেলাই দিল্পুৰঞ্জনৰ অগ্ৰগতি
- চামগুৰি বিধানসভা উপ নিৰ্বাচনৰ নৱম পৰ্যায়ৰ ভোটগণনা চলি আছে।
- আকৌ পিছ পৰিল তানজিল হুছেইন।
- অষ্টম পৰ্যায়ৰ ভোটগণনাৰ অন্তত ২,৮০০ ভোটত বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জনৰ অগ্ৰগতি ।
- ১৫টা ৰাউণ্ডত অনুষ্ঠিত হ’ব সমষ্টিটোৰ ভোটগণনা।
- এতিয়াও ৬টা পৰ্যায়ত ভোটগণনা কৰিবলৈ বাকী আছে সমষ্টিটোত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us