/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
-
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা।
-
ডিগবৈত তীব্র বেগী ট্রাকৰ খুন্দাত মৃত্যু ৪ বছৰীয়া শিশুৰ।
-
বৃহস্পতিবাৰে সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।
-
টিংৰাইৰ ৩৮নং ৰাষ্ট্রীয় ঘাইপথত এই ঘটনা।
-
গুৰুতৰভাৱে আহত বিকাশ তাতী নামৰ আন এটি শিশু।
-
দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন ট্রাকসহ চালকৰ।