ডিগবৈত তীব্র বেগী ট্রাকৰ খুন্দাত মৃত্যু ৪ বছৰীয়া শিশুৰ

ডিগবৈত তীব্রবেগী ট্রাকৰ খুন্দাত মৃত্যু ৪ বছৰীয়া শিশুৰ।
road accident
road accidentroad accident
  • ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • ডিগবৈত তীব্র বেগী ট্রাকৰ খুন্দাত মৃত্যু ৪ বছৰীয়া শিশুৰ।

  • বৃহস্পতিবাৰে সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।

  • টিংৰাইৰ ৩৮নং ৰাষ্ট্রীয় ঘাইপথত এই ঘটনা।

  • গুৰুতৰভাৱে আহত বিকাশ তাতী নামৰ আন এটি শিশু।

  • দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন ট্রাকসহ চালকৰ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in