New Update
/asomiyapratidin/media/media_files/2025/02/14/owZ2r9gkLtsXM39ZhlLL.jpg)
- ডিগবৈ শোধনাগাৰৰ LPG প্লাণ্টক কেন্দ্র কৰি চোৰাং বেহা
- IOCৰ অভিযোগৰ ভিত্তিত এখন চিলিণ্ডাৰ ভৰ্তি ট্রাক জব্দ আৰক্ষীৰ
- ট্রাকখনৰ নথি অনুসৰি চিলিণ্ডাৰ আছিল ৬৮টা
- চিলিণ্ডাৰকেইটা চোৰাংকৈ বিক্ৰী কৰাৰ সন্দেহ
- ট্রাকৰ গৰাকী মেদিনী মৰাণক আটক আৰক্ষীৰ
- কিছুদিন পূৰ্বে প্লাণ্টটোৰ পৰা চিলিণ্ডাৰ চুৰি হোৱাৰ অভিযোগ দিছিল IOC-এ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us