/asomiyapratidin/media/media_files/2024/12/15/XddzQmUx8E17AmsazWRB.jpg)
ডিজিটেল সংবাদ,হাজোঃ অহা ১৮ আৰু ১৯ জানুৱাৰীত হাজোৰ ওৰগালত অনুষ্ঠিত হ'ব শংকৰ সংঘৰ হাজো জিলাৰ অধিৱেশন।শংকৰ সংঘৰ বাৰ্ষিক অধিৱেশনত অংশ লৈ বিভিন্ন ধৰণৰ মন্তব্যৰ লগতে বিৰোধীকো সমালোচনা কৰে বিধায়ক দিগন্ত কলিতাই ।
দেওবাৰে লাইখুঁটা স্থাপন অনুষ্ঠানত অঞ্চলটোৰ কেইবা শতাধিক লোকৰ লগতে অংশ লয় বিধায়ক কলিতাই । তেওঁ মন্তব্য কৰে যে বিৰোধীৰ মনৰ মিল নাই । বিৰোধীৰ মিত্ৰতা এই হয় আকৌ ভাঙে । পুৱা মিত্ৰতা কৰি ৰাতি বাৰ বজাত ভংগ হয় বিৰোধীৰ মিত্ৰতা ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us