New Update
/asomiyapratidin/media/media_files/2025/10/01/sssssssssssssssssss-2025-10-01-11-33-29.jpg)
- ডিব্ৰুগড়ৰ লেপেটকটা চেঁচা মৈদামৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা।
- দুৰ্ঘটনাত নিহত হৈছে ৩গৰাকী আৰোহী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/01/621ddcf8-3bd5-4e2d-8041-19ce7d127db3-2025-10-01-11-30-06.jpg)
- থিতাতে দুজন লোকৰ মৃত্যু হোৱাৰ লগতে এগৰাকী যুৱতী চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়।
- নিহত সকলৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/01/ae8aefaa-130d-4a3d-8c42-fa157fe6a200-2025-10-01-11-30-20.jpg)
- আজি পুৱাই নিয়ন্ত্ৰণ হেৰুৱাই AS 04 S 5355 নম্বৰৰ এখন বিলাসী বাহন ডিব্ৰুগড় চেঁচাত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ' খাৱৈত সোমাই পৰে ।
- বাহন খনত এগৰাকী যুৱতী সহ দুজন লোক আছিল ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us