ৰেখান্ত-অসীম আৰু দ্বিবনক এসপ্তাহৰ আৰক্ষীৰ জিম্মালৈ...

এসপ্তাহৰ আৰক্ষীৰ জিম্মলৈ প্ৰেৰণ কৰা হৈছে দ্বিবন ডেকা, ৰেখান্ত-অসীম

author-image
Asomiya Pratidin
New Update
ইন্দ্ৰাণী কাণ্ডঃ চানমাৰি থানাত উপস্থিত আত্মগোপন কৰি থকা দ্বীবন ডেকা

আকৌ গ্ৰেপ্তাৰ হ'ল দ্বীবন ডেকা...

  • দ্বিবন ডেকাক ৭ দিনৰ আৰক্ষী জিম্মালৈ প্রেৰণ।

  • ৰেখান্ত দাস আৰু অসীম চক্রৱৰ্তীকো ৭ দিনৰ আৰক্ষী জিম্মালৈ প্রেৰণ কৰা হৈছে।

  • চানমাৰি আৰক্ষীয়ে ৭ দিনৰ জিম্মাত বিচাৰিছিল তিনিওগৰাকীকে।

  • বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ ঘটনাৰে নাম সাঙুৰ খাইছিল দ্বিবন ডেকাৰ।

  • শুকুৰবাৰে দ্বিবন ডেকাৰ পত্নীয়েও ডেকাৰ বিৰুদ্ধে অবৈধ বিবাহৰ সন্দৰ্ভত চানমাৰি আৰক্ষী থানাত ৰুজু কৰিছিল গোচৰ।

  • উল্লেখ এছ আই কেলেংকাৰীতো নাম সাঙুৰ খাইছিল দ্বিবন ডেকাৰ।

Advertisment

Also Read: বিশ্বৰ সৰ্বাধিক মুছলমান থকা দেশত কি দৰে পৰিছিল ভাৰতীয় ভাষা-সংস্কৃতিৰ প্ৰভাৱ

CHANDMARI Assam police