ধুবুৰীস্থিত ষ্টেট বেংক অব ইণ্ডিয়াৰ বিষয়া-কৰ্মচাৰীৰ ধৰ্মঘট

ধুবুৰীস্থিত ষ্টেট বেংক অব ইণ্ডিয়াৰ বিষয়া-কৰ্মচাৰীৰ ধৰ্মঘট। আজি দিনজোৰা ধৰ্মঘট কাৰ্যসূচী পালন কৰে SBIৰ বিষয়া-কৰ্মচাৰীসকলে। ইউনাইটেড ফ'ৰাম অল বেংক ইউনিয়নৰ আহ্বানত দিনজোৰা ধৰ্মঘট কাৰ্যসূচী পালন।

author-image
Asomiya Pratidin
New Update
SBIISISISIISS
  • ধুবুৰীস্থিত ষ্টেট বেংক অব ইণ্ডিয়াৰ বিষয়া-কৰ্মচাৰীৰ ধৰ্মঘট।
  • আজি দিনজোৰা ধৰ্মঘট কাৰ্যসূচী পালন কৰে SBIৰ বিষয়া-কৰ্মচাৰীসকলে।
  • ইউনাইটেড ফ'ৰাম অল বেংক ইউনিয়নৰ আহ্বানত দিনজোৰা ধৰ্মঘট কাৰ্যসূচী পালন।
  • বেংকৰ বিষয়া- কৰ্মচাৰী সকলে তেওঁলোকৰ নিজ নিজ দাবীৰ পূৰণৰ বাবে সাব্যস্ত কৰে প্ৰতিবাদ।

SBIII Capture

ভাৰতীয় ষ্টেট বেংক