ধুবুৰী জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত অৱস্থান ধৰ্মঘট...

ধুবুৰী জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত শিক্ষক-কৰ্মচাৰীসকলৰ প্ৰতিবাদ। এনপিএছ ব্যৱস্থা বাতিল কৰি পুনৰ অ'পিএছ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত অৱস্থান ধৰ্মঘট। সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বানমৰ্মে ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত অৱস্থান ধৰ্মঘট।

author-image
Asomiya Pratidin
New Update
dhubririririri nps
  • ধুবুৰী জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত শিক্ষক-কৰ্মচাৰীসকলৰ প্ৰতিবাদ
  • এনপিএছ ব্যৱস্থা বাতিল কৰি পুনৰ অ'পিএছ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত অৱস্থান ধৰ্মঘট
  • সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বানমৰ্মে ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত অৱস্থান ধৰ্মঘট
  • বিয়লি ২ বজাৰ পৰা ৪ বজালৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালনেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত
  • এখন স্মাৰক পত্ৰও ধুবুৰী জিলা আয়ুকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয়
ধুবুৰী