ধুবুৰী আৰক্ষীয়ে আটক কৰে মতলেপ আলীক

দীৰ্ঘদিন ধৰি এগৰাকী ছাত্রীক মতলেপ আলীয়ে মানসিক অশান্তি কৰি অহাৰ অভিযোগ উত্থাপন 

author-image
Asomiya Pratidin
New Update
image (4)
  • ধুবুৰী আৰক্ষীয়ে আটক কৰে মতলেপ আলীক

  • এগৰাকী কলেজীয়া ছাত্রীক অশ্লীল গালি-গালাজ কৰাৰ লগতে ভাবুকি প্রদান কৰাৰো অভিযোগ মতলেপ আলীৰ বিৰুদ্ধে

  • দীৰ্ঘদিন ধৰি ছাত্রীগৰাকীক মতলেপ আলীয়ে মানসিক অশান্তি কৰি অহাৰ অভিযোগ উত্থাপন 

  • পূৰ্বে গো-মাংস সৰবৰাহৰ বাবে গ্রেপ্তাৰ হৈছিল মতলেপ আলী

  • সম্প্রতি গৌৰীপুৰ আৰক্ষী থানাত জেৰা অব্যাহত আৰক্ষীৰ

ধুবুৰী