গৌৰীপুৰত শোকাৱহ পথ দুৰ্ঘটনাত নিহত এজন...

এজন থিতাতে নিহত হোৱাৰ লগতে আন এজনৰ সংকটজনক অৱস্থাত DMCH লৈ প্ৰেৰণ। দুৰ্ঘটনা সংঘটিত হোৱা বাইক দুখনৰ নম্বৰ- AS- 17 -R 4071 আৰু AS -17 -H 0971 । 

author-image
Asomiya Pratidin
New Update
fgrtrgr
  • ধুবুৰী গৌৰীপুৰত শোকাৱহ পথ দুৰ্ঘটনা।
  • গৌৰীপুৰৰ খাগৰাবাৰীত দুখনকৈ বাইকৰ মুখামুখী সংঘৰ্ষ। 
  • এজন থিতাতে নিহত হোৱাৰ লগতে আন এজনৰ সংকটজনক অৱস্থাত DMCH লৈ প্ৰেৰণ।
  • দুৰ্ঘটনা সংঘটিত হোৱা বাইক দুখনৰ নম্বৰ- AS- 17 -R 4071 আৰু AS -17 -H 0971 । 
  • দুৰ্ঘটনাস্থলীত উপস্থিত আৰক্ষী।
  • বৰ্তমানেও আহত আৰু নিহত ব্যক্তি দুজনৰ পৰিচয় উদ্ধাৰ  হোৱা নাই।
গৌৰীপুৰ