New Update
/asomiyapratidin/media/media_files/2025/07/01/1tt-2025-07-01-18-03-13.jpg)
- ধুবুৰীৰ গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
- তাৰঘাটৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে এখন মালবাহী ট্ৰাক।
- কথমপি প্ৰাণ ৰক্ষা কেইবাজনো পথচাৰী।
- দুৰ্ঘটনা ফলত জিৰণি চৰা আৰু কবৰ স্থানৰ দান ভাণ্ডাৰ বিস্তৰ ক্ষতি সাধন।
- দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক খনৰ নম্বৰ AS-19-C-7434।
- ট্ৰাক চালক আৰু হেণ্ডিমেন জন আঘাত পোৱাত চিকিৎসালয়লৈ প্ৰেৰণ।
- গৌৰীপুৰৰ পৰা বিলাসীপাৰা অভিমুখী আছিল ট্ৰাকখন।
- ৰাষ্ট্রীয় ঘাইপথৰ চাইড বাম নথকাৰ ভাবে দুৰ্ঘটনা হোৱাৰ অভিযোগ।