গৌৰীপুৰত বিধ্বংসী অগ্নিকাণ্ডঃ প্ৰায় ৩ লাখ টকাৰ ক্ষয় ক্ষতি

বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে পৰিয়ালে। অগ্নিকাণ্ডৰ সময়ত পৰিয়াল দুটাৰ এজনো সদস্য উপস্থিত নাছিল। পৰিয়ালৰ সকলো সদস্য খেতি পথাৰত ধান ৰুই থকাৰ কথা প্ৰকাশ কৰে পৰিয়ালৰ লোকে।

author-image
Asomiya Pratidin
New Update
CBCBVB
  • ধুবুৰী গৌৰীপুৰৰ পিয়াজবাৰীত বিধ্বংসী অগ্নিকাণ্ড।
  • নিমিষতে জাহ গ'ল পিয়াঁজবাৰী প্ৰথম খণ্ড গাঁৱৰ নুৰুল হক আৰু ইব্ৰাহিম আলীৰ বাসগৃহ।
  • বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ পৰিয়ালৰ।
  • জুইত ভস্মীভৃত হয় দুটা বাসগৃহৰ লগতে, সা-সামগ্ৰী, নগদ ধন আৰু বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ।
  • অগ্নিকাণ্ডত প্ৰায় তিনি লাখ টকা ক্ষয় ক্ষতিৰ হোৱা বুলি প্ৰকাশ ভুক্তভুগীৰ।
  • স্থানীয় গঞা ৰাইজৰ প্ৰচেষ্টাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
  • ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ তদন্ত আৰম্ভ। 
ধুবুৰী