ধিঙৰ বিধায়ক আমিনুল ইছলামক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্রেৰণ

ধিঙৰ বিধায়ক আমিনুল ইছলামক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্রেৰণ। আজি নগাঁও আদালতত হাজিৰ কৰোৱা হৈছিল বিধায়কগৰাকীক। আৰক্ষীয়ে ৭ দিনৰ জিম্মাত বিচাৰি আবেদন কৰিছিল আদালতত। দেশ বিৰোধী মন্তব্য কৰি গ্রেপ্তাৰ হৈছিল আমিনুল ইছলাম।

author-image
Asomiya Pratidin
New Update
আদালতত হাজিৰ বিধায়ক আমিনুল ইছলাম

আমিনুল ইছলামক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্রেৰণ

  • ধিঙৰ বিধায়ক আমিনুল ইছলামক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্রেৰণ
  • আজি নগাঁও আদালতত হাজিৰ কৰোৱা হৈছিল বিধায়কগৰাকীক
  • আৰক্ষীয়ে ৭ দিনৰ জিম্মাত বিচাৰি আবেদন কৰিছিল আদালতত
  • দেশ বিৰোধী মন্তব্য কৰি গ্রেপ্তাৰ হৈছিল আমিনুল ইছলাম
  • আৰক্ষীয়ে নিজাববীয়া কৈ গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে সমগ্ৰ তদন্ত প্ৰক্ৰিয়া
  • কাশ্মীৰৰ ঘটনা সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল বিধায়ক আমিনুলে
  • স্বাস্থ্য পৰীক্ষাৰ অন্তত নগাওঁ জিলা ন্যায়িক আদালতত হাজিৰ কৰোৱা হৈছিল বিধায়কজনক
  • আমিনুল ইছলামৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভত ৩৪৭/২৫, 152/196/197(i)/113(i)/352/353 BNS ধাৰাত গোচৰ ৰুজু কৰিছিল নগাঁও আৰক্ষীয়ে
নগাঁও আৰক্ষী কাশ্মীৰ আমিনুল ইছলাম জম্মু কাশ্মীৰ