ধিঙৰ কাছখাটিত চাঞ্চল্যকৰ হত্যাকাণ্ড...

ধিঙৰ কাছখাটিত চাঞ্চল্যকৰ হত্যাকাণ্ড। পিতৃয়ে হত্যা কৰিলে দুই সন্তান আৰু পত্নীক। এমদাদুল ইছলামে পাৰিবাৰীক কণ্ডলৰ বাবেই সংঘটিত হয় এই হত্যাকাণ্ডটো ।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • ধিঙৰ কাছখাটিত চাঞ্চল্যকৰ হত্যাকাণ্ড।
  • পিতৃয়ে হত্যা কৰিলে দুই সন্তান আৰু পত্নীক।
  • এমদাদুল ইছলামে পাৰিবাৰীক কণ্ডলৰ বাবেই সংঘটিত হয় এই হত্যাকাণ্ডটো ।
  • শুই থকা অৱস্থাত কোঠাৰেৰে ঘপিয়াই হত্যা কৰে এমদাদুল ইছলামে।
  • পত্নীৰ নাম তাজমিনা খাতুন , দিল হান হাছান আৰু আৰহান হাছান।
  • আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এমদাদুল ইছলামক গ্ৰেপ্তাৰ কৰে ।
  • ইফালে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ।
  • ঘটনা সন্দৰ্ভত ধিং আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
ধিং কাণ্ড ধিং