ধৰ্মপ্ৰাণ ব্যক্তি ধেনুৰাম নাথ আৰু নাই

ৰহাৰ মধ্যগছপৰাৰ নাথ-যোগী সমাজৰ বয়োজেষ্ঠ ধৰ্মপ্ৰাণ ব্যক্তি দীক্ষাগুৰু ধেনুৰাম নাথ আৰু নাই। শুক্ৰবাৰে উচ্চৰক্তচাপত আক্ৰান্ত হৈ নিজা বাসভৱনত পৰলোক ঘটে তেওঁৰ।

author-image
Asomiya Pratidin
New Update
ধেনুৰাম নাথ আৰু নাই

ধেনুৰাম নাথ আৰু নাই

ডিজিটেল সংবাদ, ৰহা : ৰহাৰ মধ্যগছপৰাৰ নাথ-যোগী সমাজৰ বয়োজেষ্ঠ ধৰ্মপ্ৰাণ ব্যক্তি দীক্ষাগুৰু ধেনুৰাম নাথ আৰু নাই। শুক্ৰবাৰে উচ্চৰক্তচাপত আক্ৰান্ত হৈ নিজা বাসভৱনত পৰলোক ঘটে তেওঁৰ।

Advertisment

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ। উল্লেখযোগ্য যে অঞ্চলটোৰ সামাজিক কাম -কাজৰ লগত জড়িত নাথে মৃত্যুৰ সময়ত পত্নী, পুত্ৰ, নাতি-নাতিনী ইহসংসাৰত এৰি থৈ যায়। তেওঁৰ মৃত্যুত গছপৰা অঞ্চলটোত শোকৰ ছাঁ পৰে।

raha