Advertisment

কুৰুক্ষেত্ৰত পৰিণত অসম সাহিত্য সভাৰ দদৰা কাৰ্যনিৰ্বাহক...

ভোটগণনাৰ প্ৰাকক্ষণত সাহিত্য সভাত কলংকিত কাণ্ড।  দদৰা উচ্চতৰ মাধ্যমিকত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহকত প্ৰচণ্ড মাৰপিটৰ ঘটনা।  প্ৰধান সম্পাদকৰ প্ৰাৰ্থী অজিত প্ৰসাদ শৰ্মাই প্ৰহাৰত আহত এজন সদস্য। সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকত অংশ ল'বলৈ আহিছিল লোকজন

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
সাহিত্য সভা

সাহিত্য সভা Photograph: (সাহিত্য সভা)

  • ভোটগণনাৰ প্ৰাকক্ষণত সাহিত্য সভাত কলংকিত কাণ্ড। 
  • দদৰা ভৃগু ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহকত প্ৰচণ্ড মাৰপিটৰ ঘটনা। 
  • প্ৰধান সম্পাদকৰ প্ৰাৰ্থী অজিত প্ৰসাদ শৰ্মাই প্ৰহাৰত আহত এজন সদস্য।
  • প্ৰহাৰ কৰা সদস্য জনৰ নাম সুশীল ডেকা। 
  • সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকত অংশ ল'বলৈ আহিছিল লোকজন
  • তেনেসময়তে প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়।
  • এনে উদণ্ড নেতাই নেতৃত্ব দিব নেকি অসম সাহিত্য সভাক। 
  • উল্লেখ্য যে, পুৱা ১০.৩০বজাৰ পৰা আৰম্ভ হব লগা আছিল ভোট গণনা। 
  • গণনাৰ পূৰ্বেই কৌৰৱৰ সভাত পৰিণত হ'ল সাহিত্য সভা। 
  • ৰাজনৈতিক ক্ষমতালিপ্সাই কলংকিত কৰিলে ঐতিহাসিক দদৰা।
  • উপ সভাপতিৰ প্ৰাৰ্থী উপেন্দ্ৰ জিত শৰ্মাৰ  বিৰুদ্ধেও মাৰপিটত লিপ্ত হোৱাৰ অভিযোগ।
অসম সাহিত্য সভা