/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
পলাতক সুনীল গগৈৰ সন্ধানত লখিমপুৰ আৰক্ষীৰ জাননী
সুনীল গগৈক সন্ধান উলিওৱাত আৰক্ষীয়ে বিচাৰিছে ৰাইজৰ সহায়
ঢকুৱাখনাৰ চাঞ্চল্যকৰ ঘটনাৰ মূল অভিযুক্ত সুনীল গগৈ
তেওঁৰ সন্ধান দিওতালৈ উপযুক্ত পুৰস্কাৰ ঘোষণা আৰক্ষীৰ
সন্ধান দিওতাৰ পৰিচয় গোপনে ৰাখিব আৰক্ষীয়ে
লখিমপুৰ আৰক্ষীয়ে প্রকাশ কৰিছে দুটা ফোন নম্বৰ
ফোন নম্বৰ দুটা হৈছে ৯৪০১২-৯৩০৯৭ আৰু ৬০২৬৯-০০৮৬১
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us