New Update
/asomiyapratidin/media/media_files/2025/01/19/fB3hjMwOltGsNLS4Fqq4.jpg)
জি পি সিঙক CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি Photograph: (জি পি সিঙক CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি)
- অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি।
- কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দিয়া এই প্ৰস্তাৱত কেবিনেটৰ নিযুক্তি সমিতিয়ে অৱশেষত দিয়ে অনুমোদন৷
/asomiyapratidin/media/media_files/2025/01/19/MTWHCFbD07gtYFmG5k7d.jpg)
- ২০২৭চনৰ নৱেম্বৰ মাহৰ লৈকে এই পদবীত থাকিব জি পি সিং।
- পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত অস্থায়ী ডিজিপি হিচাপে দায়িত্বত হৰমিট সিঙক অধিষ্ঠিত কৰাৰ সম্ভাৱনা।