চাবস্ক্ৰাইব কৰক

0

  • Sign in with Email

By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.

Don’t have an account? Signup

  • Manage Subscription
  • Bookmarks
  • My Profile
  • Log Out
  • E-Paper
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • কনক্লেভ ২০২৪
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিনোদন
  • জীৱন শৈলী
  • স্বাস্থ্য
  • অর্থনীতি
  • সম্পাদনা মেজ
    • বিশেষ প্ৰতিবেদন
    • মোৰ মত
ad_close_btn
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিশেষ লেখা
  • অর্থনীতি
  • স্বাস্থ্য
  • জীৱন শৈলী

Powered by :

আপুনিসফলতাৰেনিউজলেটাৰতচাবস্ক্ৰাইবকৰিছে.
banner
মুখ্য-পৃষ্ঠা গুৱাহাটী

ডিজিপি হৰমিত সিঙৰ নামত ভুৱা ফেচবুক একাউণ্ট...

এই একাউণ্টটো প্ৰকৃত নহয় আৰু ই তেওঁৰ পৰিচয়ৰ ভুৱা প্ৰতিনিধিত্ব। বিভ্ৰান্তি আৰু অপব্যৱহাৰৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি এই ভুৱা একাউণ্টটো ৰিপৰ্ট আৰু সমাধানৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

author-image
Asomiya Pratidin
01 Sep 2025 12:11 IST

Follow Us

New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙৰ নামত ভূৱা ফেচবুক একাউন্ট খুলিলে দুৰ্বত্তই। প্ৰাপ্ত তথ্য অনুসৰি, শেহতীয়াকৈ ডিজিপি গৰাকীৰ নামত থকা এটা ভুৱা একাউন্টৰ পৰা বিভিন্নজনলৈ Friend Request পঠিয়াওৱা হৈছে।

এই সন্দৰ্ভত আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে জনাই যে, এই একাউণ্টটো প্ৰকৃত নহয় আৰু ই তেওঁৰ পৰিচয়ৰ ভুৱা প্ৰতিনিধিত্ব। বিভ্ৰান্তি আৰু অপব্যৱহাৰৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি এই ভুৱা একাউণ্টটো ৰিপৰ্ট কৰা লগতে আৰু সমাধানৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

হৰমিত সিং
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক
logo

সম্পৰ্কিতপ্ৰবন্ধসমূহ
পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক
শেহতীয়া প্ৰৱন্ধসমূহ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক

Powered by


Subscribe to our Newsletter!




Powered by
ভাষানিৰ্বাচনকৰক
assamese

এইপ্ৰবন্ধটোশ্বেয়াকৰক

যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।
তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব

ফেচবুক
টুইটাৰ
ৱাটছএপ

কপি কৰা হৈছে!