New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
- পুৱা মৰিয়নিত বিধ্বংসী অগ্নিকাণ্ড।
- থানা তিনিআলিৰ প্রায় ১২ খনকৈ ব্যৱসায়িক প্রতিষ্ঠানত অগ্নিকাণ্ড।
- অগ্নিকাণ্ডত ভস্মীভূত কেইবা লাখ টকাৰ সা-সম্পত্তি।
- শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।
- অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপণৰ চেষ্টা অব্যাহত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us