New Update
/asomiyapratidin/media/media_files/2025/12/10/breaking-news-2025-12-10-17-15-50.jpg)
বজালীৰ অকয়া প্ৰাথমিক ক্ষুদ্ৰ স্বাস্থ্যকেন্দ্ৰত বিধ্বংসী অগ্নিকাণ্ড।
অগ্নিকাণ্ডত ভস্মীভূত হয় স্বাস্থ্যকেন্দ্ৰৰ কেইবাটাও বাসগৃহ।
কিহৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হৈছে জানিব পৰা হোৱা নাই ।
ইলেক্ট্ৰিকেল চৰ্ট চাৰ্কিটৰ ফলত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকে।
অগ্নিনিৰ্বাপক বাহিনীয়ে এতিয়ালৈকে জুই নুমুৱাবলৈ সখ্যম হোৱা নাই ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us