/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/694c3ab5-5027-43a0-985b-f39e893898aa/111.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/eab16624-6f28-4e76-a3ad-96b544373742/WhatsApp_Image_2022_10_07_at_8_37_11_AM.jpeg)
-
অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড০ অমল ৰাজখোৱাৰ দেহাৱসান ।
-
যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ বিশিষ্ট সাহিত্যিক গৰাকীৰ ।
-
হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ড০ অমল ৰাজখোৱা ।
-
ড০ অমল ৰাজখোৱাৰ মৃত্যুত অসম সাহিত্য সভাত শোকৰ ছাঁ ।
-
৩০ খনৰো অধিক গ্ৰন্থ ৰচনা কৰিছিল সাহিত্যিক গৰাকীয়ে ।
-
ইয়াৰ ওপৰিও পৱিত্ৰ শ্লোক সংস্কৃতৰ পৰা অসমীয়ালৈ তৰ্জমা কৰিছিল ড০ অমল ৰাজখোৱাই ।