অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড০ অমল ৰাজখোৱাৰ দেহাৱসান

অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড০ অমল ৰাজখোৱাৰ দেহাৱসান
  • অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড০ অমল ৰাজখোৱাৰ দেহাৱসান ।

  • যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ বিশিষ্ট সাহিত্যিক গৰাকীৰ ।

  • হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ড০ অমল ৰাজখোৱা ।

  • ড০ অমল ৰাজখোৱাৰ মৃত্যুত অসম সাহিত্য সভাত শোকৰ ছাঁ ।

  • ৩০ খনৰো অধিক গ্ৰন্থ ৰচনা কৰিছিল সাহিত্যিক গৰাকীয়ে ।

  • ইয়াৰ ওপৰিও পৱিত্ৰ শ্লোক সংস্কৃতৰ পৰা অসমীয়ালৈ তৰ্জমা কৰিছিল ড০ অমল ৰাজখোৱাই ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in