/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
dangor khabar
-
দিল্লীৰ পৰা পুনেমুখী বিমানত বোমাতংক।
-
কোনো অজ্ঞাত ব্যক্তিয়ে ফোন কৰি বিমানখনত বোমা থকা বুলি বিমান কৰ্তৃপক্ষক জনাইছিল।
-
দিল্লীৰ পৰা ৬.৩০ বজাত বিমান খন উৰিব লগা আছিল।
-
টেলিফোন কৰাৰ পাছতেই স্পাইছ জেটৰ বিমান খন তন্ন তন্নকৈ নিৰাপত্তাৰক্ষীয়ে পৰীক্ষা কৰে।
-
বিমান খনত কোনো সন্দেহজনক সামগ্ৰী পোৱা নাই নিৰাপত্তাৰক্ষীয়ে।