মুখ্য-পৃষ্ঠা ৰাষ্ট্ৰীয় ২৪ ঘন্টাত ১১০১ জন আক্ৰন্ত কোৰোনাত… ২৪ ঘন্টাত ১১০১ জন আক্ৰন্ত কোৰোনাত… asomiyapratidin 26 Apr 2022 08:14 IST Follow UsNew Updateদেশত পুনৰ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। বিগত ২৪ ঘন্টাত দিল্লীত ১১০১ জন আক্ৰান্ত হৈছে কোৰোনাত।মৃত্যু হৈছে এজন ব্যক্তিৰ।সোমবাৰে প্ৰকাশ পাইছে এই তথ্য।দিল্লীত মুঠ ১৫,৬৪২ জনৰ কোৰোনা পৰীক্ষা কৰি হৈছিল। delhi CORONAআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক