দিল্লীত কংগ্ৰেছৰ ক্ৰীনিং কমিটিৰ বৈঠক

দিল্লীত কংগ্ৰেছৰ ক্ৰীনিং কমিটিৰ বৈঠক। দিনৰ ১২ বজাৰ পৰা ইন্দিৰা ভৱনত অনুষ্ঠিত হ'ব এই  গুৰুত্বপূৰ্ণ বৈঠক ।

author-image
Asomiya Pratidin
New Update
image (36)
  • দিল্লীত কংগ্ৰেছৰ ক্ৰীনিং কমিটিৰ বৈঠক 
  • দিনৰ ১২ বজাৰ পৰা আৰম্ভ হ'ব এই বৈঠক 
  • ইন্দিৰা ভৱনত  অনুষ্ঠিত হ'ব এই  গুৰুত্বপূৰ্ণ বৈঠক 
  • বৈঠকত প্ৰিয়ংকা গান্ধীকে ধৰি উপস্থিত থাকিব জ্যেষ্ঠ নেতাসকল 
  • গৌৰৱ গগৈ, ৰকিবুল হুছেইন উপস্থিত থাকিব বৈঠকত 
  • অসম বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হ'ব এই বৈঠকত 
কংগ্ৰেছ দিল্লী