দিল্লীত দুদিনীয়াকৈ নৰ্থ ইষ্ট বেডমিন্টন টুৰ্ণামেন্ট অনুষ্ঠিত

দেওবাৰে উক্ত বেডমিন্টন টুৰ্ণামেন্টৰ শুভাৰম্ভণি কৰে দিল্লী আৰক্ষীৰ ডিজিপি ৰবীন হিবুয়ে। খেলৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে দিল্লী AIIMSৰ সঞ্চালক অধ্যাপক এম শ্ৰীনিবাসৰ লগতে অধ্যাপক বিমল দাস।

author-image
Asomiya Pratidin
New Update
1
  • দিল্লীত ছানৰাইজ স্পৰ্টছ ক্লাবৰ উদ্যোগত দুদিনীয়াকৈ নৰ্থ ইষ্ট বেডমিন্টন টুৰ্ণামেন্ট অনুষ্ঠিত
  • দেওবাৰে খেলখনৰ শুভাৰম্ভণি কৰে দিল্লী আৰক্ষীৰ ডিজিপি ৰবীন হিবুয়ে
  • উদ্বোধনী অনুষ্ঠানত উপস্থিত দিল্লী AIIMSৰ সঞ্চালক অধ্যাপক এম শ্ৰীনিবাস তথা অধ্যাপক বিমল দাস
  • প্ৰতিযোগিতাত দিল্লী NCRত বাস কৰা ভিন্ন বয়সৰ ১৬০গৰাকীৰ অধিক খেলুৱৈৰ অংশগ্ৰহণ
  • ৮ ডিচেম্বৰত অনুষ্ঠিত হ'ব প্ৰতিযোগিতাখনৰ চূড়ান্ত খেল সমূহ
বেডমিন্টন টুৰ্ণামেন্ট