/asomiyapratidin/media/media_files/2025/01/12/jn6NOpv1NFNcPnW1Bu4p.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটত দেওবাৰে উদ্বাৰ কৰা হয় এটা হৰিণা । বৰপুখুৰী পাৰ গাঁৱত পঞ্চায়ত কাৰ্যালয়ৰ পিছফালে থকা পিতনিত সোমাই থকা হৰিণাটো বনবিভাগৰ সহযোগত স্থানীয় ৰাইজে উদ্ধাৰ কৰে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা নিশাৰ ভাগত ওলাই আহিছিল হৰিণাটো। বনবিভাগে হৰিণাটো পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনত এৰি দিব বুলি সদৰী কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us