/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/de86471e-f5f7-43a1-8c63-c3f2db1e7406/AMA.jpg)
dipshikha hazarika
আজি গুৱাহাটী পাবহি দীপশিখা হাজৰিকাৰ নশ্বৰ দেহ।
নিশা ১০-৩৫ বজাত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ পাবহি দীপশিখাৰ নশ্বৰদেহ।
দীপশিখাৰ পিতৃ আৰু ভাতৃয়ে বিমানেৰে কঢ়িয়াই আনিছে দীপশিখাৰ নশ্বৰ দেহ।
একেখন বিমানতে কঢ়িয়াই অনা হৈছে মেঘালয়ৰ আন এজন পৰ্বতোৰোহীৰো নশ্বৰদেহ।
বিমানবন্দৰৰ পৰা দীপশিখাৰ মৃতদেহ পোনে পোনে লৈ যোৱা হ'ব ভঙাগড়ৰ শ্ৰীমন্তপুৰৰ ৪ নং উপ-পথত থকা বাসগৃহলৈ।
উত্তৰাখণ্ডৰ উত্তৰকাশীৰ দ্ৰৌপদী কা দাণ্ডা-২ শৃংগত হিমস্খলনত প্ৰাণ হেৰুৱাইছিল দীপশিখাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us