ভূৰবন্ধাত অচিনাক্ত মৃতদেহ উদ্ধাৰ...

dangor khabar
dangor khabar

ডিজিটেল সংবাদ কলিয়াবৰ: কলিয়াবৰ মহকুমাৰ চুলুং আৰক্ষী চকীৰ অন্তৰ্গত এক নং ভূৰবন্ধাত বুধবাৰে বিয়লি প্ৰায় ৪০ বছৰীয়া এজন লোকৰ এটি মৃতদেহ উদ্ধাৰ হয় ৷ উল্লেখ্য যে, ১ নং ভূৰবন্ধা নিবাসী নৃপেন দাসৰ পাম হাউচৰ পুখুৰীটোত উপঙি থকা অৱস্থাত মৃতদেহটো স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷

নীলা স্পৰ্টিং আৰু মুগা ৰঙৰ থ্ৰি কুৱাটাৰ হাফ পেন্ট পৰিহিত লোক জনৰ পৰিচয় বৰ্তমানেও আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই l

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in