New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/edf5d5c8-6004-4b72-a25e-30a0345ce798/agranii.jpg)
agrani khabar
ৰাজ্যত পুনৰ উদ্ধাৰ হৈছে অচিনাক্ত লোকৰ মৃতদেহ।
এইবাৰ মৃতদেহ উদ্ধাৰ হৈছে ওদালগুৰিত।
ওদালগুৰিৰ কৌপাটিত মৰাধনশ্রী নৈত উদ্ধাৰ হৈছে অচিনাক্ত মৃতদেহ।
নৈত ওপঙি থকা অৱস্থাত ৰাইজে প্রত্যক্ষ কৰে অচিনাক্ত যুৱকৰ মৃতদেহটো।
ঘটনাস্থলীত উপস্থিত বড়োবজাৰ আৰক্ষী।