ওদালগুৰিৰ মৰাধনশ্রীত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ...

agrani khabar
agrani khabar
  • ৰাজ্যত পুনৰ উদ্ধাৰ হৈছে অচিনাক্ত লোকৰ মৃতদেহ।

  • এইবাৰ মৃতদেহ উদ্ধাৰ হৈছে ওদালগুৰিত।

  • ওদালগুৰিৰ কৌপাটিত মৰাধনশ্রী নৈত উদ্ধাৰ হৈছে অচিনাক্ত মৃতদেহ।

  • নৈত ওপঙি থকা অৱস্থাত ৰাইজে প্রত্যক্ষ কৰে অচিনাক্ত যুৱকৰ মৃতদেহটো।

  • ঘটনাস্থলীত উপস্থিত বড়োবজাৰ আৰক্ষী।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in