New Update
/asomiyapratidin/media/media_files/2026/03/09/whatsapp-image-2026-03-09-15-17-31.jpeg)
- বহিঃৰাজ্যত কাৰ্বি আংলঙৰ যুৱকৰ মৃত্যু
- হায়দৰাবাদত হাওৰাঘাটৰ বিক্ৰম দাস নামৰ এজন যুৱকজনৰ মৃত্যু
- বন্ধুৰে কাজিয়াৰ পৰণতিত প্ৰাণ গ'ল বিক্ৰমৰ
- হোলীত মূৰত কণী ভঙাক লৈ দুই বন্ধুৰ মাজত সূত্ৰপাত ঘটিছিল কাজিয়াৰ
- কাজিয়াতে বন্ধু প্রীতমে আক্রমণ কৰে বিক্ৰমক
- গুৰুতৰভাৱে আঘাতপ্রাপ্ত বিক্রমক চিকিৎসালয়ত ভর্তি কৰোৱা হয়
- চিকিৎসালয়ত ভর্তিৰ পাছতে যুৱকজনক চিকিৎসকে মৃত ঘোষণা কৰে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us