New Update
/asomiyapratidin/media/media_files/2025/10/25/ujjjd-2025-10-25-23-27-34.jpg)
- মহানগৰীত পুনৰ উদ্ধাৰ হৈছে যুৱকৰ মৃতদেহ।
- ৰুক্মিণীগাঁৱত উদ্ধাৰ হৈছে মৃতদেহটো।
- মৃত যুৱকজনৰ নাম ফাৰ্ডিনাণ্ড স্বৰ্গীয়াৰী।
- ঘটনাস্থলীত উপস্থিত হৈছে তদন্তকাৰী আৰক্ষীৰ এটা দল।
- ৪-৫ দিন পূৰ্বেই যুৱকজনৰ মৃত্যুৰ সন্দেহ কৰা হৈছে।
- ৰুক্মিণীগাঁৱৰ নৱৰত্ন পথৰ ৩নং হাউছত মৃতদেহটো উদ্ধাৰ কৰা হৈছে।
- যুৱকজনৰ ঘৰ কাৰ্বি আংলংত আছিল বুলি জানিব পৰা গৈছে।
- হোটেল মেনেজমেণ্টৰ অধ্যয়ন সামৰি গুৱাহাটীলৈ চাকৰি বিচাৰি আহিছিল যুৱকজন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us