/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/1ab1a520-a428-44a8-8f6e-7c6c951f3a26/download.jpg)
morigaon deadbody
-
বহিঃ ৰাজ্যত ৰহস্যজনক মৃত্যু আমগুৰিৰ যুৱকৰ।
-
মৃতদেহটো আমগুৰিৰ পূব মানটনিয়া গাঁৱৰ ৰিন্টু গগৈৰ বুলি জানিব পৰা গৈছে।
-
মধ্য প্ৰদেশৰ ৰে'লপথত উদ্ধাৰ ৰিন্টু গগৈৰ ক্ষত-বিক্ষত মৃতদেহ।
-
কোনো দুৰ্বৃত্তই ৰেলৰ পৰা পেলাই দিয়াৰ সন্দেহ কৰিছে একাংশই।
-
ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
Also Read: মণিপুৰত অতিৰিক্ত সুৰক্ষা বাহিনী মোতায়েন কৰা হ’বঃ অমিত শ্বাহ