Advertisment

নগাঁৱৰ বৰক'লাত চাঞ্চল্য, পথৰ দাঁতিত উদ্ধাৰ এজনৰ মৃতদেহ…

নিহত দেৱেন শৰ্মাৰ ঘৰ দক্ষিণপাটৰ সত্ৰচুকত । স্থানীয় ৰাইজে লোকজন হত্যাৰ বলি বা দুৰ্ঘটনাত পতিত হয় মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে । ইতিমধ্যে আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,নগাঁওঃ   নগাঁৱৰ বৰক’লাত দেওবাৰে উদ্বাৰ কৰা হয় এটি মৃতদেহ ।  বৰক'লাত পথৰ দাঁতিত উদ্ধাৰ কৰা হয় দেৱেন শৰ্মা নামৰ লোকজনৰ মৃতদেহ ।

Advertisment

নিহত দেৱেন শৰ্মাৰ ঘৰ দক্ষিণপাটৰ সত্ৰচুকত । স্থানীয় ৰাইজে লোকজন হত্যাৰ বলি বা দুৰ্ঘটনাত পতিত হয় মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে । ইতিমধ্যে আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । 

উল্লেখযোগ্য যে ঘটনাস্থলীত মৃতদেহৰ কাষতে উদ্ধাৰ কৰা হৈছে লোকজনে ব্যৱহাৰ কৰা মটৰ চাইকেলখন । নিহত লোকগৰাকী পেচাত এজন ব্যৱসায়ী আছিল ।

মৃতদেহ উদ্ধাৰ